Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (75) ምዕራፍ: ጋፊር
ذٰلِكُمْ بِمَا كُنْتُمْ تَفْرَحُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَمْرَحُوْنَ ۟ۚ
সিহঁতক কোৱা হ’বঃ যি শাস্তি তোমালোকে ভোগ কৰি আছা, ইয়াৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ সেই শ্বিৰ্ক, যাক লৈ তোমালোকে আনন্দিত আছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التدرج في الخلق سُنَّة إلهية يتعلم منها الناس التدرج في حياتهم.
আল্লাহে মখলুকক ধাপে ধাপে সৃষ্টি কৰিছে, যাতে মানুহে নিজৰ জীৱনত ইয়াৰ দ্বাৰা ধাপে ধাপে কাম কৰাৰ শিক্ষা লব পাৰে।

• قبح الفرح بالباطل.
বাতিলক লৈ আনন্দিত হোৱাটো ঠিক নহয়।

• أهمية الصبر في حياة الناس، وبخاصة الدعاة منهم.
মানৱ জীৱনত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। বিশেষকৈ ধৰ্ম প্ৰচাৰকসকলৰ বাবে অতি জৰুৰী।

 
የይዘት ትርጉም አንቀጽ: (75) ምዕራፍ: ጋፊር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት