የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (79) ምዕራፍ: ሱረቱ ጋፊር
اَللّٰهُ الَّذِیْ جَعَلَ لَكُمُ الْاَنْعَامَ لِتَرْكَبُوْا مِنْهَا وَمِنْهَا تَاْكُلُوْنَ ۟ؗ
আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছুমানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছুমানৰ মাংস ভক্ষণ কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لله رسل غير الذين ذكرهم الله في القرآن الكريم نؤمن بهم إجمالًا.
পৱিত্ৰ কোৰআনত যিবোৰ নবী-ৰাছুলৰ নাম উল্লেখ হৈছে, তেওঁলোকৰ বাহিৰেও আল্লাহৰ ফালৰ পৰা বহুতো ৰাছুল প্ৰেৰিত হৈছিল, তেওঁলোকৰ প্ৰতিও আমি সামুহিকভাৱে ঈমান পোষণ কৰোঁ।

• من نعم الله تبيينه الآيات الدالة على توحيده.
তাওহীদৰ প্ৰমাণবহন কৰা আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰাটোও এক প্ৰকাৰ আল্লাহৰ ফালৰ পৰা নিয়ামত।

• خطر الفرح بالباطل وسوء عاقبته على صاحبه.
বাতিলকলৈ আনন্দিত হোৱাৰ ক্ষতি আৰু ইয়াৰ বেয়া পৰিণাম।

• بطلان الإيمان عند معاينة العذاب المهلك.
বিনাশকাৰী শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানৰ কোনো মূল্য নাই।

 
የይዘት ትርጉም አንቀጽ: (79) ምዕራፍ: ሱረቱ ጋፊር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት