Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አሽ ሹራ
وَمَا كَانَ لِبَشَرٍ اَنْ یُّكَلِّمَهُ اللّٰهُ اِلَّا وَحْیًا اَوْ مِنْ وَّرَآئِ حِجَابٍ اَوْ یُرْسِلَ رَسُوْلًا فَیُوْحِیَ بِاِذْنِهٖ مَا یَشَآءُ ؕ— اِنَّهٗ عَلِیٌّ حَكِیْمٌ ۟
কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক’ব পাৰিব, কিন্তু অহীৰ মাধ্যমত অথবা আন কোনো উপায়ত হ’লে বিষয়টো সুকীয়া, অথবা তেওঁক নেদেখাকৈ কথা কোৱা বিষয়টোও ভিন্ন। নাইবা কোনো ফিৰিস্তাৰ জৰিয়তে অহী প্ৰেৰণ কৰা যেনে- জিব্ৰীল আলাইহিচ্ছালাম, যি ফিৰিস্তাই আল্লাহৰ অনুমতিক্ৰমে অহী লৈ আগমন কৰে। নিশ্চয় পৱিত্ৰ আল্লাহ সত্ত্বাগতভাৱে আৰু গুণগতভাৱে অতি উচ্চ। তথা সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত তেওঁ মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب المسارعة إلى امتثال أوامر الله واجتناب نواهيه.
আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা আদি বিধান পালনত ততাতৈয়া কৰা আৱশ্যক।

• مهمة الرسول البلاغ، والنتائج بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে বাৰ্তা পৌঁচাই দিয়া, আৰু ফলাফলৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• هبة الذكور أو الإناث أو جمعهما معًا هو على مقتضى علم الله بما يصلح لعباده، ليس فيها مزية للذكور دون الإناث.
আল্লাহৰ জ্ঞান অনুসাৰে বান্দাৰ কল্যাণ আগত ৰাখি তাক পুত্ৰ অথবা কন্যা সন্তান দান কৰা হয়, নাইবা উভয় সন্তানেই প্ৰদান কৰা হয়। কিন্তু এইটোৱে প্ৰমাণ নকৰে যে, পুত্ৰ সন্তান কন্যা সন্তানতকৈ উত্তম।

• يوحي الله تعالى إلى أنبيائه بطرق شتى؛ لِحِكَمٍ يعلمها سبحانه.
আল্লাহে তেওঁৰ নবীসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে অহী প্ৰেৰণ কৰে, ইয়াৰ ৰহস্য সম্পৰ্কে কেৱল আল্লাহেই অৱগত।

 
የይዘት ትርጉም አንቀጽ: (51) ምዕራፍ: አሽ ሹራ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት