የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
19 : 46

وَلِكُلٍّ دَرَجٰتٌ مِّمَّا عَمِلُوْا ۚ— وَلِیُوَفِّیَهُمْ اَعْمَالَهُمْ وَهُمْ لَا یُظْلَمُوْنَ ۟

দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰেণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰেণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰেণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁলোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيان مكانة بِرِّ الوالدين في الإسلام، بخاصة في حق الأم، والتحذير من العقوق.
ইছলামত পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ মাকৰ সৈতে, আৰু তেওঁলোকৰ অবাধ্যতা কৰাৰ পৰা নিষেধ কৰা হৈছে। info

• بيان خطر التوسع في ملاذّ الدنيا؛ لأنها تشغل عن الآخرة.
পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসক অগ্ৰাধিকাৰ দিয়াৰ ভয়াৱহতা, কিয়নো এইবোৰে মানুহক আখিৰাতৰ পৰা অমনোযোগী কৰি তোলে। info

• بيان الوعيد الشديد لأصحاب الكبر والفسوق.
অহংকাৰী আৰু পাপিষ্ঠসকলক কঠোৰভাৱে সতৰ্ক কৰা হৈছে। info