የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (32) ምዕራፍ: ሱረቱ ሙሀመድ
اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ وَشَآقُّوا الرَّسُوْلَ مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْهُدٰی ۙ— لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ؕ— وَسَیُحْبِطُ اَعْمَالَهُمْ ۟
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আল্লাহৰ দ্বীনৰ পৰা নিজকে আৰু আনকো বিৰত ৰাখিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যে প্ৰকৃত নবী, এই কথা স্পষ্ট হোৱাৰ পিছতো সিহঁতে তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিছে। সিহঁতে আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। বৰং সিহঁতে নিজৰহে ক্ষতি কৰি আছে। শীঘ্ৰেই আল্লাহে সিহঁতৰ কৰ্মবোৰ বাতিল ঘোষণা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سرائر المنافقين وخبثهم يظهر على قسمات وجوههم وأسلوب كلامهم.
মুনাফিকসকলৰ অন্তৰৰ ভেদ, সিহঁতৰ চেহেৰা আৰু কথা কোৱাৰ ভঙ্গিমাতেই স্পষ্ট হৈ পৰে।

• الاختبار سُنَّة إلهية لتمييز المؤمنين من المنافقين.
মুমিন আৰু মুনাফিকৰ মাজত পাৰ্থক্য কৰিবলৈ আল্লাহে পূৰ্বৰে পৰা পৰীক্ষা কৰি আহিছে।

• تأييد الله لعباده المؤمنين بالنصر والتسديد.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায়-সহযোগিতা আৰু সঠিক পথত পৰিচালিত কৰি পূৰ্ণ সমৰ্থন কৰে।

• من رفق الله بعباده أنه لا يطلب منهم إنفاق كل أموالهم في سبيل الله.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো অনুগ্ৰহ যে, তেওঁ সিহঁতক সিহঁতৰ গোটেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা নাই।

 
የይዘት ትርጉም አንቀጽ: (32) ምዕራፍ: ሱረቱ ሙሀመድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት