የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (65) ምዕራፍ: ሱረቱ አል-ማኢዳህ
وَلَوْ اَنَّ اَهْلَ الْكِتٰبِ اٰمَنُوْا وَاتَّقَوْا لَكَفَّرْنَا عَنْهُمْ سَیِّاٰتِهِمْ وَلَاَدْخَلْنٰهُمْ جَنّٰتِ النَّعِیْمِ ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে, ইয়াহুদী তথা খৃষ্টানসকলে যদি তাৰ ওপৰত ঈমান আনিলেহেঁতেন আৰু গুনাহৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰিলেহেঁতেন, তেন্তে আমি সিহঁতৰ গুনাহসমূহ ক্ষমা কৰি দিলোহেঁতেন, যদিও সেয়া অসংখ্য নহওঁক কিয়। তথা ক্বিয়ামতৰ দিনা আমি সিহঁতক এনেকুৱা নিয়ামতপূৰ্ণ জান্নাতত প্ৰৱেশ কৰালোহেঁতেন, যাৰ নিয়ামতসমূহ কেতিয়াও শেষ নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العمل بما أنزل الله تعالى سبب لتكفير السيئات ودخول الجنة وسعة الأرزاق.
আল্লাহৰ বিধান অনুসাৰে আমল কৰা হৈছে গুনাহ ক্ষমা হোৱাৰ কাৰণ লগতে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জীৱিকা প্ৰশস্ত হোৱাৰ মাধ্যম।

• توجيه الدعاة إلى أن التبليغ المُعتَدَّ به والمُبْرِئ للذمة هو ما كان كاملًا غير منقوص، وفي ضوء ما ورد به الوحي.
আল্লাহৰ প্ৰতি আহ্বায়ক সকলক নিৰ্দেশ দিয়া হৈছে যে, যদি তেওঁলোকৰ ধৰ্ম প্ৰচাৰ সম্পূৰ্ণৰূপে নহয় তথা অহী অনুসাৰে নহয় তেন্তে সিহঁতৰ দায়িত্ব পূৰণ নহ'ব।

• لا يُعْتد بأي معتقد ما لم يُقِمْ صاحبه دليلًا على أنه من عند الله تعالى.
কোনো আক্বীদাই সেই সময় পৰ্যন্ত নিৰ্ভৰযোগ্য নহয়, যেতিয়া লৈকে এইটো প্ৰমাণিত নহ'ব যে, সেয়া আল্লাহৰ তৰফৰ পৰা আহিছে।

 
የይዘት ትርጉም አንቀጽ: (65) ምዕራፍ: ሱረቱ አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት