Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (81) ምዕራፍ: አል-ማኢዳህ
وَلَوْ كَانُوْا یُؤْمِنُوْنَ بِاللّٰهِ وَالنَّبِیِّ وَمَاۤ اُنْزِلَ اِلَیْهِ مَا اتَّخَذُوْهُمْ اَوْلِیَآءَ وَلٰكِنَّ كَثِیْرًا مِّنْهُمْ فٰسِقُوْنَ ۟
এই ইয়াহুদীসকলে যদি প্ৰকৃততে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিলেহেঁতেন, তেন্তে মুমিনসকলক এৰি কেতিয়াও মুশ্বৰিকসকলক বন্ধু নবনালেহেঁতেন। কিয়নো সিহঁতক এনেকুৱা কৰিবলৈ নিষেধ কৰা হৈছিল। কিন্তু অধিকাংশ ইয়াহুদীসকল আল্লাহৰ আনুগত্য, তেওঁৰ মুহাব্বত আৰু মুমিনসকলৰ মুহাব্বতৰ পৰা ওলাই গৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ترك الأمر بالمعروف والنهي عن المنكر موجب لِلَّعْنِ والطرد من رحمة الله تعالى.
সত্কৰ্মৰ আদেশ নিদিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ নকৰা, আল্লাহৰ অভিশাপ তথা তেওঁৰ কৃপাৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ।

• من علامات الإيمان: الحب في الله والبغض في الله.
ঈমানৰ এটা প্ৰতীক এই যে, কেৱল আল্লাহৰ বাবেই কাৰোবাৰ লগত বন্ধুত্ব কৰা আৰু কাৰোবাৰ লগত বিদ্বেষ পোষণ কৰা।

• موالاة أعداء الله توجب غضب الله عز وجل على فاعلها.
যিয়ে আল্লাহৰ শত্ৰুৰ লগত বন্ধুত্ব কৰে, সি আল্লাহৰ ক্ৰোধৰ হকদাৰ হয়।

• شدة عداوة اليهود والمشركين لأهل الإسلام، وفي المقابل وجود طوائف من النصارى يدينون بالمودة للإسلام؛ لعلمهم أنه دين الحق.
ইয়াহুদী তথা মুশ্বৰিকসকলে মুছলিমসকলৰ লগত বৰ শত্ৰুতা পোষণ কৰে, আনহাতে খৃষ্টানসকলৰ কিছুমান এনেকুৱা ফিৰ্কা আছে, যিসকলে ইছলামৰ লগত আন্তৰিকতা পোষণ কৰে, কাৰণ তেওঁলোকে জানে যে, এইটো সত্য ধৰ্ম।

 
የይዘት ትርጉም አንቀጽ: (81) ምዕራፍ: አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት