የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (24) ምዕራፍ: ሱረቱ አል ሐዲድ
١لَّذِیْنَ یَبْخَلُوْنَ وَیَاْمُرُوْنَ النَّاسَ بِالْبُخْلِ ؕ— وَمَنْ یَّتَوَلَّ فَاِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟
যিসকলে সেইসমূহ শিতানত ব্যয় নকৰে য’ত ব্যয় কৰা অনিবাৰ্য, লগতে মানুহকো কৃপণালী কৰাৰ নিৰ্দেশ দিয়ে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত। যি ব্যক্তিয়ে আল্লাহৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সি নিজৰেই ক্ষতি কৰে। নিশ্চয় আল্লাহ অমুখাপেক্ষী। ফলত তেওঁ বান্দাসকলৰ আনুগত্যৰ মুখাপেক্ষী নহয়। তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الزهد في الدنيا وما فيها من شهوات، والترغيب في الآخرة وما فيها من نعيم دائم يُعينان على سلوك الصراط المستقيم.
পৃথিৱী আৰু ইয়াৰ মাজত থকা প্ৰলোভনীয় বস্তুৰ পৰা বিৰাগী হৈ আখিৰাত আৰু তাত থকা স্থায়ী নিআমতৰ প্ৰতি অনুৰাগী হ’লে সৰল পথ অনুসৰণত সহায়ক হয়।

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য।

• من فوائد الإيمان بالقدر عدم الحزن على ما فات من حظوظ الدنيا.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, পাৰ্থিৱ জীৱনৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিলে চিন্তাই গা কৰি নলয়।

• البخل والأمر به خصلتان ذميمتان لا يتصف بهما المؤمن.
কৃপণালী কৰা আৰু এই বিষয়ে মানুহক নির্দেশ প্ৰদান কৰা, দুয়োটাই নিন্দনীয় স্বভাৱ। এই দুয়োটা স্বভাৱ কেতিয়াও মুমিনৰ হ’ব নোৱাৰে।

 
የይዘት ትርጉም አንቀጽ: (24) ምዕራፍ: ሱረቱ አል ሐዲድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት