የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (6) ምዕራፍ: ሱረቱ አል ሐሽር
وَمَاۤ اَفَآءَ اللّٰهُ عَلٰی رَسُوْلِهٖ مِنْهُمْ فَمَاۤ اَوْجَفْتُمْ عَلَیْهِ مِنْ خَیْلٍ وَّلَا رِكَابٍ وَّلٰكِنَّ اللّٰهَ یُسَلِّطُ رُسُلَهٗ عَلٰی مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আৰু বনী নাজীৰৰ যি ধন আল্লাহে তেওঁৰ ৰাছুলক দান কৰিছে, সেয়া পাবলৈ তোমালোকে ঘোঁৰা অথবা উটৰ পিঠিত উঠি কোনো অভিযান কৰা নাছিলা আৰু তোমালোকে ইয়াৰ বাবে কোনো কষ্টও কৰা নাছিলা। কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ প্ৰতি ইচ্ছা কৰে প্ৰভুত্ব প্ৰদান কৰে। এতেকে তেওঁ বনী নাজীৰৰ প্ৰতি তেওঁৰ ৰাছুলক প্ৰভুত্ব প্ৰদান কৰি কোনো যুদ্ধ নোহোৱাকৈ সিহঁতৰ নগৰ জয় লাভ কৰাৰ সুযোগ দান কৰিছিল। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ প্ৰতি ক্ষমতাৱান। তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فعل ما يُظنُّ أنه مفسدة لتحقيق مصلحة عظمى لا يدخل في باب الفساد في الأرض.
অধিক মহত্বপূৰ্ণ হিতক সন্মুখত ৰাখি এনেকুৱা কাম কৰা, যিটোক বিপৰ্যয় বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নুবুজায়।

• من محاسن الإسلام مراعاة ذي الحاجة للمال، فَصَرَفَ الفيء لهم دون الأغنياء المكتفين بما عندهم.
ইছলামৰ এটা বিশেষত্ব হৈছে এই যে, ধনৰ ভাগ-বন্টন কৰাৰ সময়ত বিশেষকৈ উপযুক্ত ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়ে। সেই কাৰণেই যুদ্ধ নকৰাকৈ লাভ কৰা ধন অভাৱী লোকৰ মাজত বন্টন কৰাৰ নিৰ্দেশ দিছে। ধনী সকলক নিষেধ কৰিছে কাৰণ সিহঁতৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

• الإيثار منقبة عظيمة من مناقب الإسلام ظهرت في الأنصار أحسن ظهور.
পৰোপকাৰ ইছলামৰ এটা ডাঙৰ বিশেষত্ব। যিটো স্পষ্টৰূপে আনছাৰসকলৰ মাজত প্ৰকাশ পাইছিল।

 
የይዘት ትርጉም አንቀጽ: (6) ምዕራፍ: ሱረቱ አል ሐሽር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት