Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (5) ምዕራፍ: አት ተጋቡን
اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؗ— فَذَاقُوْا وَبَالَ اَمْرِهِمْ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা অস্বীকাৰকাৰী জাতিসমূহৰ খবৰ আহি পোৱা নাইনে? উদাহৰণস্বৰূপে নূহ আলাইহিছ ছালামৰ জাতি, আদ, ছামূদ আদি জাতিসমূহ। যিসকলে পৃথিৱীতেই নিজৰ কুফুৰীৰ শাস্তি ভোগ কৰিছে আৰু সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্তি? নিশ্চয় তোমালোকৰ ওচৰত সেইবোৰ খবৰ আহি পাইছে। এতেকে সিহঁতৰ পৰিণামৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু তোমালোকে তেনেকুৱা শাস্তিৰ সন্মুখীন হোৱাৰ আগতেই আল্লাহৰ ওচৰত তাওবা কৰা, যি শাস্তিৰ সন্মুখীন সিহঁত হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
የይዘት ትርጉም አንቀጽ: (5) ምዕራፍ: አት ተጋቡን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት