የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (12) ምዕራፍ: ሱረቱ አል ሙልክ
اِنَّ الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ بِالْغَیْبِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟
যিসকলে একান্ত অৱস্থাত আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মুক্তি আৰু ডাঙৰ পৰিণাম অৰ্থাৎ জান্নাত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في معرفة الحكمة من خلق الموت والحياة وجوب المبادرة للعمل الصالح قبل الموت.
মৃত্যু আৰু জীৱনৰ ৰহস্যত এই কথা লুপ্ত হৈ আছে যে. বান্দাৰ মৃত্যু অহাৰ আগতে সৎ কৰ্ম কৰিবলৈ খৰখেদা কৰা উচিত।

• حَنَقُ جهنم على الكفار وغيظها غيرةً لله سبحانه.
জাহান্নাম আল্লাহৰ বাবে গৌৰৱ স্বৰূপ আৰু কাফিৰবিলাকৰ বিৰুদ্ধে প্ৰকোপ আৰু ক্ৰোধ প্ৰকাশ।

• سبق الجن الإنس في ارتياد الفضاء وكل من تعدى حده منهم، فإنه سيناله الرصد بعقاب.
এই কথাৰ উল্লেখ যে, জিনে শূন্যত বিচৰণ কৰে আৰু তাৰ পৰা যিয়েই সীমাৰ বাহিৰত যাবলৈ প্ৰয়াস কৰে সি শাস্তিৰ সন্মুখীন হ’ব লগা হয়।

• طاعة الله وخشيته في الخلوات من أسباب المغفرة ودخول الجنة.
আল্লাহৰ আনুগত্য আৰু একান্ত অৱস্থাত তেওঁক ভয় কৰা, এইটো ক্ষমা প্ৰাপ্তিৰ আৰু জান্নাত প্ৰৱেশ কৰাৰ উপায় বা মাধ্যম।

 
የይዘት ትርጉም አንቀጽ: (12) ምዕራፍ: ሱረቱ አል ሙልክ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት