Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: አል ጂን
وَّاَنَّا مِنَّا الصّٰلِحُوْنَ وَمِنَّا دُوْنَ ذٰلِكَ ؕ— كُنَّا طَرَآىِٕقَ قِدَدًا ۟ۙ
হে জিন সম্প্ৰদায়, আমাৰ মাজৰ কিছুমান হৈছে সদাচাৰ আৰু সত্কৰ্মী আৰু কিছুমান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলো আৰু ভিন্ন পথৰ পথাচাৰী আছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে।

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি।

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে।

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়।

 
የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: አል ጂን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት