የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (31) ምዕራፍ: ሱረቱ አን ነበእ
اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ۟ۙ
নিশ্চয় যি সকলে তেওঁলোকৰ পালন কৰ্তাৰ আদেশ পালন কৰি আৰু নিষেধাজ্ঞাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে এনেকুৱা সফলদায়ক স্থান আছে যত তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰিব, সেয়া হৈছে জান্নাত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ।

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়।

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়।

 
የይዘት ትርጉም አንቀጽ: (31) ምዕራፍ: ሱረቱ አን ነበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት