የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 88

فِیْهَا عَیْنٌ جَارِیَةٌ ۟ۘ

সেই জান্নাতত নিজৰা প্ৰবাহিত হব। তেওঁলোকে ইয়াক যিফালে ইচ্ছা কৰিব প্ৰবাহিত কৰাব পাৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব। info

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা। info

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত। info