የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (14) ምዕራፍ: ሱረቱ አል ለይል
فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ۟ۚ
হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই।

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ।

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী।

 
የይዘት ትርጉም አንቀጽ: (14) ምዕራፍ: ሱረቱ አል ለይል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት