ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (219) سورة: الشعراء
وَتَقَلُّبَكَ فِی السّٰجِدِیْنَ ۟
চালাতত থকা অৱস্থাত আপুনি যেতিয়া এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যায়, তেতিয়াও পৱিত্ৰ আল্লাহে আপোনাক লক্ষ্য কৰে। তেওঁৰ পৰা আপোনাৰ তথা আন কোনো লোকৰ কোনো কৰ্মই গোপন নহয়।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক।

• تنزيه القرآن عن قرب الشياطين منه.
কোৰআন যে চয়তানৰ ফালৰ পৰা নহয়, এই কথা স্পষ্টভাৱে নসাৎ কৰি পৱিত্ৰ ঘোষণা কৰা হৈছে।

• أهمية اللين والرفق للدعاة إلى الله.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে নম্ৰতা তথা কোমলতা অৱলম্বন কৰা অতি আৱশ্যক।

• الشعر حَسَنُهُ حَسَن، وقبيحه قبيح.
কবিতা যদি ভাল হয় তেন্তে ভাল বুলিয়ে পৰিগণিত হ’ব; আনহাতে বেয়া হ’লে, বেয়া বুলিয়ে পৰিগণিত হ’ব।

 
ترجمة معاني آية: (219) سورة: الشعراء
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق