ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (33) سورة: الشعراء
وَّنَزَعَ یَدَهٗ فَاِذَا هِیَ بَیْضَآءُ لِلنّٰظِرِیْنَ ۟۠
তেওঁ নিজৰ হাতখন কাষলতিত সোমাই দিলে, কিন্তু তাৰ পৰা যেতিয়া উলিয়াই আনিলে তেতিয়া তেওঁৰ হাতখন শুভ্ৰ উজ্জ্বল হৈ জিলিকিবলৈ ধৰিলে। এইটো কোনো বেমাৰৰ কাৰণে হোৱা নাছিল। কিন্তু প্ৰত্যক্ষদৰ্শীসকলে তেনেকুৱাই দেখি আছিল।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• أخطاء الداعية السابقة والنعم التي عليه لا تعني عدم دعوته لمن أخطأ بحقه أو أنعم عليه.
আহ্বায়ক ব্যক্তিৰ পূৰ্বৱৰ্তী ভুল-ত্ৰুটি আৰু তেওঁৰ প্ৰতি কৰা উপকাৰ, কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে যে, তেওঁ যাৰ ক্ষতি কৰিছে অথবা যিয়ে তেওঁক উপকাৰ কৰিছে সিহঁতক আহ্বান কৰিব নোৱাৰিব।

• اتخاذ الأسباب للحماية من العدو لا ينافي الإيمان والتوكل على الله.
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাটো ঈমান তথা আল্লাহৰ প্ৰতি ভৰসাৰ পৰিপন্থী নহয়।

• دلالة مخلوقات الله على ربوبيته ووحدانيته.
আল্লাহৰ সৃষ্টিসমূহৰ মাজতেই তেওঁৰ প্ৰভুত্ব আৰু একত্বৰ প্ৰমাণ নিহিত হৈ আছে।

• ضعف الحجة سبب من أسباب ممارسة العنف.
যুক্তিত দৰ্বল হ’লে মানুহে হিংসাত্মক কাৰ্য্য কৰাতো কুণ্ঠাবোধ নকৰে।

• إثارة العامة ضد أهل الدين أسلوب الطغاة.
জনতাক ধাৰ্মিক লোকসকলৰ বিৰুদ্ধে উচটনি দিয়াটো অত্যাচাৰী শাসকসকলৰ নীতি।

 
ترجمة معاني آية: (33) سورة: الشعراء
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق