ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (84) سورة: الشعراء
وَاجْعَلْ لِّیْ لِسَانَ صِدْقٍ فِی الْاٰخِرِیْنَ ۟ۙ
তথা পৰবৰ্তী প্ৰজন্মৰ মাজত মোৰ ভাল চৰ্চা আৰু প্ৰশংসা অব্যাহত ৰাখিবা।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• أهمية سلامة القلب من الأمراض كالحسد والرياء والعُجب.
অন্তৰক ঈৰ্ষা, লোকপ্ৰদৰ্শন তথা অহংকাৰ আদিৰ দৰে ৰোগৰ পৰা পৱিত্ৰ ৰখাৰ গুৰুত্ব।

• تعليق المسؤولية عن الضلال على المضلين لا تنفع الضالين.
বিভ্ৰান্ত কৰাৰ দোষ পথভ্ৰষ্টকাৰীসকলৰ কান্ধত জাপি দিয়াটো পথভ্ৰষ্টসকলৰ বাবে কেতিয়াও উপকাৰী হ'ব নোৱাৰে।

• التكذيب برسول الله تكذيب بجميع الرسل.
আল্লাহৰ যিকোনো এজন ৰাছুলক অস্বীকাৰ কৰাটোৱে গোটেই ৰাছুলসকলক অস্বীকাৰ কৰা বুজায়।

• حُسن التخلص في قصة إبراهيم من الاستطراد في ذكر القيامة ثم الرجوع إلى خاتمة القصة.
ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা বৰ্ণনা কৰাৰ পিছত কিয়ামতৰ বিষয়ে বৰ্ণনা কৰি, পুনৰ ঘটনালৈ উভতি অহাটো সুন্দৰ সমাপ্তি হৈছে।

 
ترجمة معاني آية: (84) سورة: الشعراء
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق