Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (66) ছুৰা: আল-ইছৰা
رَبُّكُمُ الَّذِیْ یُزْجِیْ لَكُمُ الْفُلْكَ فِی الْبَحْرِ لِتَبْتَغُوْا مِنْ فَضْلِهٖ ؕ— اِنَّهٗ كَانَ بِكُمْ رَحِیْمًا ۟
হে মানৱজাতি! তেৱেঁই হৈছে তোমালোকৰ প্ৰতিপালক, যিয়ে সাগৰত প্ৰকাণ্ড জাহাজ চলাচল কৰাৰ সুবিধা প্ৰদান কৰিছে, যাতে তোমালোকে ব্যৱসায় বানিজ্যৰ জৰিয়তে তেওঁৰ জীৱিকা অনুসন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ তোমালোকক এইবোৰ সুবিধা প্ৰদান কৰিছে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من رحمة الله بالناس عدم إنزاله الآيات التي يطلبها المكذبون حتى لا يعاجلهم بالعقاب إذا كذبوا بها.
মানুহৰ প্ৰতি আল্লাহৰ অশেষ দয়াৰ কাৰণেই তেওঁ সিহঁতৰ দাবী অনুযায়ী নিদৰ্শন অৱতীৰ্ণ কৰা নাই, কাৰণ সিহঁতে সেই নিদৰ্শন অস্বীকাৰ কৰিলে দ্ৰুত শাস্তিৰ সন্মুখীন হ'ব।

• ابتلى الله العباد بالشيطان الداعي لهم إلى معصية الله بأقواله وأفعاله.
আল্লাহে চয়তানৰ দ্বাৰা তেওঁৰ বান্দাসকলক পৰীক্ষাত পেলাইছে, চয়তানে নিজৰ কথা আৰু কৰ্মৰ জৰিয়তে সিহঁতক গুনাহৰ ফালে আহ্বান কৰে।

• من صور مشاركة الشيطان للإنسان في الأموال والأولاد: ترك التسمية عند الطعام والشراب والجماع، وعدم تأديب الأولاد.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত চয়তান মানুহৰ অংশীদাৰ হোৱাৰ কেইটামান প্ৰকাৰ হৈছে এনে ধৰণৰঃ পানাহাৰ তথা সম্ভোগৰ সময়ত বিছমিল্লাহ নোকোৱা, তথা ল’ৰা ছোৱালীক শিষ্টাচাৰা নিশিকোৱা।

 
অৰ্থানুবাদ আয়াত: (66) ছুৰা: আল-ইছৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ