Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Lexique des traductions


Traduction des sens Verset: (66) Sourate: AL-ISRÂ’
رَبُّكُمُ الَّذِیْ یُزْجِیْ لَكُمُ الْفُلْكَ فِی الْبَحْرِ لِتَبْتَغُوْا مِنْ فَضْلِهٖ ؕ— اِنَّهٗ كَانَ بِكُمْ رَحِیْمًا ۟
হে মানৱজাতি! তেৱেঁই হৈছে তোমালোকৰ প্ৰতিপালক, যিয়ে সাগৰত প্ৰকাণ্ড জাহাজ চলাচল কৰাৰ সুবিধা প্ৰদান কৰিছে, যাতে তোমালোকে ব্যৱসায় বানিজ্যৰ জৰিয়তে তেওঁৰ জীৱিকা অনুসন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ তোমালোকক এইবোৰ সুবিধা প্ৰদান কৰিছে।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• من رحمة الله بالناس عدم إنزاله الآيات التي يطلبها المكذبون حتى لا يعاجلهم بالعقاب إذا كذبوا بها.
মানুহৰ প্ৰতি আল্লাহৰ অশেষ দয়াৰ কাৰণেই তেওঁ সিহঁতৰ দাবী অনুযায়ী নিদৰ্শন অৱতীৰ্ণ কৰা নাই, কাৰণ সিহঁতে সেই নিদৰ্শন অস্বীকাৰ কৰিলে দ্ৰুত শাস্তিৰ সন্মুখীন হ'ব।

• ابتلى الله العباد بالشيطان الداعي لهم إلى معصية الله بأقواله وأفعاله.
আল্লাহে চয়তানৰ দ্বাৰা তেওঁৰ বান্দাসকলক পৰীক্ষাত পেলাইছে, চয়তানে নিজৰ কথা আৰু কৰ্মৰ জৰিয়তে সিহঁতক গুনাহৰ ফালে আহ্বান কৰে।

• من صور مشاركة الشيطان للإنسان في الأموال والأولاد: ترك التسمية عند الطعام والشراب والجماع، وعدم تأديب الأولاد.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত চয়তান মানুহৰ অংশীদাৰ হোৱাৰ কেইটামান প্ৰকাৰ হৈছে এনে ধৰণৰঃ পানাহাৰ তথা সম্ভোগৰ সময়ত বিছমিল্লাহ নোকোৱা, তথা ল’ৰা ছোৱালীক শিষ্টাচাৰা নিশিকোৱা।

 
Traduction des sens Verset: (66) Sourate: AL-ISRÂ’
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Lexique des traductions

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Fermeture