Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (160) ছুৰা: আশ্ব-শ্বুআৰা
كَذَّبَتْ قَوْمُ لُوْطِ ١لْمُرْسَلِیْنَ ۟ۚۖ
লূত সম্প্ৰদায়েও গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, কাৰণ সিহঁতে সিহঁতৰ নবী লূতক অস্বীকাৰ কৰিছিল।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• اللواط شذوذ عن الفطرة ومنكر عظيم.
সমকামিতা হৈছে অপ্ৰাকৃতিক কৰ্ম তথা মহা অপৰাধ।

• من الابتلاء للداعية أن يكون أهل بيته من أصحاب الكفر أو المعاصي.
এজন আহ্বায়কৰ বাবে পৰিস্থিতি সেইসময়ত অধিক কঠিন হৈ পৰে, যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ কোনো সদস্য কুফৰীত তথা গুনাহত লিপ্ত থাকে।

• العلاقات الأرضية ما لم يصحبها الإيمان، لا تنفع صاحبها إذا نزل العذاب.
সাংসাৰিক সম্বন্ধৰ সৈতে যদি ঈমানৰ অটুট বন্ধন নাথাকে, তেন্তে শাস্তিৰ সময়ত কোনো উপকাৰ সাধন নকৰে।

• وجوب وفاء الكيل وحرمة التَّطْفِيف.
পৰিপূৰ্ণৰূপে ওজন কৰি দিয়াটো অত্যন্ত জৰুৰী, আনহাতে ওজনত কম দিয়াটো হাৰাম।

 
অৰ্থানুবাদ আয়াত: (160) ছুৰা: আশ্ব-শ্বুআৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ