আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (58) ছুৰা: ছুৰা আশ্ব-শ্বুআৰা
وَّكُنُوْزٍ وَّمَقَامٍ كَرِیْمٍ ۟ۙ
তথা সেই ভূমিৰ পৰা, য’ত আছিল ধন ভাণ্ডাৰ আৰু সৌন্দৰ্যময় বাসস্থান।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• العلاقة بين أهل الباطل هي المصالح المادية.
অসত্যৰ অনুসাৰীসকলৰ মাজত কেৱল আৰ্থিক লাভালাভৰ সম্পৰ্ক পোৱা যায়।

• ثقة موسى بالنصر على السحرة تصديقًا لوعد ربه.
মুছা আলাইহিচ্ছালাম সম্পূৰ্ণৰূপে আশ্বস্ত আছিল যে, তেওঁ যাদুকৰসকলক পৰাস্ত কৰি বিজয় লাভ কৰিব। কিয়নো নিজ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল।

• إيمان السحرة برهان على أن الله هو مُصَرِّف القلوب يصرفها كيف يشاء.
যাদুকৰসকলৰ ঈমানে এই কথা প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহেই অন্তৰসমূহক নিয়ন্ত্ৰণ কৰে। তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই সঞ্চালিত কৰে।

• الطغيان والظلم من أسباب زوال الملك.
অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘন, এইবোৰ হৈছে ৰাজত্ব হেৰুৱাৰ অন্যতম কাৰণ।

 
অৰ্থানুবাদ আয়াত: (58) ছুৰা: ছুৰা আশ্ব-শ্বুআৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ