Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (19) ছুৰা: আল-বুৰূজ
بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ۟ۙ
সিহঁতৰ ঈমান পোষণ নকৰাৰ কাৰণ এয়া নহয় যে, সিহঁতৰ ওচৰলৈ অস্বীকাৰকাৰী জাতি আৰু সিহঁতৰ বিনাশৰ খবৰ আহি পোৱা নাই। বৰং দৰাচলতে কথা হৈছে সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়।

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়।

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়।

 
অৰ্থানুবাদ আয়াত: (19) ছুৰা: আল-বুৰূজ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ