വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
19 : 85

بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ۟ۙ

সিহঁতৰ ঈমান পোষণ নকৰাৰ কাৰণ এয়া নহয় যে, সিহঁতৰ ওচৰলৈ অস্বীকাৰকাৰী জাতি আৰু সিহঁতৰ বিনাশৰ খবৰ আহি পোৱা নাই। বৰং দৰাচলতে কথা হৈছে সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়। info

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়। info

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়। info