কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (68) সূরা: সূরা হুদ
كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ؕ— اَلَاۤ اِنَّ ثَمُوْدَاۡ كَفَرُوْا رَبَّهُمْ ؕ— اَلَا بُعْدًا لِّثَمُوْدَ ۟۠
দৃশ্য এনেকুৱা হৈ পৰিছিল যে, যেনিবা সিহঁত কেতিয়াও নিজ দেশত ভোগ-বিলাস তথা সুখ-শান্তিত নাছিল। জানি থোৱা! সিহঁতৰ এই অৱস্থা এই কাৰণে হৈছিল যে, সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। সিহঁত সদায় আল্লাহৰ কৃপাৰ পৰা আঁতৰত থাকিব।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন।

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ।

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী।

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য।

 
অর্থসমূহের অনুবাদ আয়াত: (68) সূরা: সূরা হুদ
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ