কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (30) সূরা: সূরা ফাতির
لِیُوَفِّیَهُمْ اُجُوْرَهُمْ وَیَزِیْدَهُمْ مِّنْ فَضْلِهٖ ؕ— اِنَّهٗ غَفُوْرٌ شَكُوْرٌ ۟
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়ে। বৰং নিজ অনুগ্ৰহত যাতে আৰু অধিক বৃদ্ধি কৰি দিয়ে। কাৰণ তেওঁলোকেই হৈছে ইয়াৰ উপযুক্ত। নিশ্চয় আল্লাহ উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ উত্তম আমলৰ উচিত মৰ্যাদা প্ৰদানকাৰী।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• نفي التساوي بين الحق وأهله من جهة، والباطل وأهله من جهة أخرى.
সত্য তথা সত্যবাদী আৰু অসত্য তথা অসত্যবাদী কেতিয়াও সমান হ'ব নোৱাৰে।

• كثرة عدد الرسل عليهم السلام قبل رسولنا صلى الله عليه وسلم دليل على رحمة الله وعناد الخلق.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে অসংখ্য ৰাছুল আগমন কৰাটো এই কথা প্ৰমাণ কৰে যে, আল্লাহ হৈছে অতি দয়ালু আৰু মানৱ হৈছে দূৰাচাৰী তথা অনাচাৰী।

• إهلاك المكذبين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰাটো হৈছে পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা ধাৰাবাহিক নীতি।

• صفات الإيمان تجارة رابحة، وصفات الكفر تجارة خاسرة.
ঈমানৰ গুণাগুণ হৈছে ফলপ্ৰসূ ব্যৱসায়। আনহাতে কুফৰী কৰ্ম হৈছে ক্ষতিকৰ ব্যৱসায়।

 
অর্থসমূহের অনুবাদ আয়াত: (30) সূরা: সূরা ফাতির
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ