কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (32) সূরা: সূরা ফুসসিলাত
نُزُلًا مِّنْ غَفُوْرٍ رَّحِیْمٍ ۟۠
আপোনালোকক আপ্যায়ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি ভালপায়। তেওঁলোকৰ প্ৰতি অতি দয়ালু।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• منزلة الاستقامة عند الله عظيمة.
সঠিক পথত অবিচল থকাৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা।

• كرامة الله لعباده المؤمنين وتولِّيه شؤونهم وشؤون مَن خلفهم.
আল্লাহে মুমিনসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, সেইকাৰণে তেওঁ তেওঁলোকৰ যাৱতীয় বিষয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে তথা তেওঁলোকে এৰি থৈ যোৱা লোকৰো দায়িত্ব লৈছে।

• مكانة الدعوة إلى الله، وأنها أفضل الأعمال.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ মহত্ব, তথা এইটো হৈছে আটাইতকৈ উত্তম আমল।

• الصبر على الإيذاء والدفع بالتي هي أحسن خُلُقان لا غنى للداعي إلى الله عنهما.
নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰা আৰু বেয়া ব্যৱহাৰকাৰীৰ বেয়া আচৰণক সদ্ব্যৱহাৰৰ দ্বাৰা প্ৰতিহত কৰা, এই দুয়োটা গুণ হৈছে উৎকৃষ্ট বৈশিষ্ট্য। আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি কেতিয়াও এই দুয়োটা বৈশিষ্ট্যৰ পৰা অমুখাপেক্ষী নহয়।

 
অর্থসমূহের অনুবাদ আয়াত: (32) সূরা: সূরা ফুসসিলাত
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ