external-link copy
112 : 21

قٰلَ رَبِّ احْكُمْ بِالْحَقِّ ؕ— وَرَبُّنَا الرَّحْمٰنُ الْمُسْتَعَانُ عَلٰی مَا تَصِفُوْنَ ۟۠

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকক দুআ কৰি ক'লেঃ “হে মোৰ প্ৰতিপালক! আমাৰ মাজত আৰু এই কুফৰী কৰ্মত অটল থকা আমাৰ সম্প্ৰদায়ৰ মাজত উচিত সিদ্ধান্ত অনুযায়ী দূৰত্ব কৰি দিয়া।” (হে কাফিৰসকল!) তোমালোকে যিবোৰ কুফৰী আৰু অস্বীকাৰমূলক কথা কোৱা সেইবোৰৰ পৰা আমি আমাৰ দয়াময় প্ৰতিপালকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰোঁ। info
التفاسير: |
Poruke i pouke ajeta na ovoj stranici:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ। info

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত। info

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়। info

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। info

prev

আল-আম্বীয়া

next