Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
18 : 7

قَالَ اخْرُجْ مِنْهَا مَذْءُوْمًا مَّدْحُوْرًا ؕ— لَمَنْ تَبِعَكَ مِنْهُمْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكُمْ اَجْمَعِیْنَ ۟

আল্লাহে ক'লেঃ হে ইবলীছ! তুমি জান্নাতৰ পৰা অপমানিত লাঞ্ছিত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত হৈ ওলাই যোৱা। ক্বিয়ামতৰ দিনা মই জাহান্নামক তোমাৰ আৰু সেই সকলৰ লোকৰ দ্বাৰা ভৰিম, যিসকলে তোমাৰ অনুসৰণ কৰিব আৰু তোমাৰ কথা মতে মোৰ আদেশ অৱমাননা কৰিব। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info