ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (18) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅಅ್ ರಾಫ್
قَالَ اخْرُجْ مِنْهَا مَذْءُوْمًا مَّدْحُوْرًا ؕ— لَمَنْ تَبِعَكَ مِنْهُمْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكُمْ اَجْمَعِیْنَ ۟
আল্লাহে ক'লেঃ হে ইবলীছ! তুমি জান্নাতৰ পৰা অপমানিত লাঞ্ছিত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত হৈ ওলাই যোৱা। ক্বিয়ামতৰ দিনা মই জাহান্নামক তোমাৰ আৰু সেই সকলৰ লোকৰ দ্বাৰা ভৰিম, যিসকলে তোমাৰ অনুসৰণ কৰিব আৰু তোমাৰ কথা মতে মোৰ আদেশ অৱমাননা কৰিব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব।

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (18) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅಅ್ ರಾಫ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ