external-link copy
4 : 27

اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ زَیَّنَّا لَهُمْ اَعْمَالَهُمْ فَهُمْ یَعْمَهُوْنَ ۟ؕ

যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তিক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁতৰ কুকৰ্মবোৰক সিহঁতৰ বাবে সুন্দৰ কৰি দিয়া হৈছে। গতিকে সিহঁত সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁত উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফুৰি থাকিব, কেতিয়াও হিদায়ত তথা সুপথ বিচাৰি নাপাব। info
التفاسير: |
Benefits of the Verses on this page:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info

prev

আন-নামল

next