Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
23 : 36

ءَاَتَّخِذُ مِنْ دُوْنِهٖۤ اٰلِهَةً اِنْ یُّرِدْنِ الرَّحْمٰنُ بِضُرٍّ لَّا تُغْنِ عَنِّیْ شَفَاعَتُهُمْ شَیْـًٔا وَّلَا یُنْقِذُوْنِ ۟ۚ

মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ততাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কুফৰী অৱস্থাত মৃত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তিৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে। info
التفاسير:
Benefits of the Verses on this page:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info