Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
46 : 40

اَلنَّارُ یُعْرَضُوْنَ عَلَیْهَا غُدُوًّا وَّعَشِیًّا ۚ— وَیَوْمَ تَقُوْمُ السَّاعَةُ ۫— اَدْخِلُوْۤا اٰلَ فِرْعَوْنَ اَشَدَّ الْعَذَابِ ۟

মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁতক অগ্নিৰ সন্মুখত উপস্থিত কৰা হয়। কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠিন তথা মহাশাস্তিৰ ভিতৰত নিক্ষেপ কৰা। কিয়নো সিহঁতে কুফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানুহক বাধা দিছিল। info
التفاسير:
Benefits of the verses in this page:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• نجاة الداعي إلى الحق من مكر أعدائه.
সত্যৰ প্ৰতি আহ্বানকাৰী ব্যক্তি, শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষিত থাকে। info

• ثبوت عذاب البرزخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info

• تعلّق الكافرين بأي سبب يريحهم من النار ولو لمدة محدودة، وهذا لن يحصل أبدًا.
কাফিৰসকলে কিছু সময়ৰ বাবে হ'লেও জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ সকলো উপায় অৱলম্বন কৰি চাব। কিন্তু সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহ’ব। info