Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
28 : 41

ذٰلِكَ جَزَآءُ اَعْدَآءِ اللّٰهِ النَّارُ ۚ— لَهُمْ فِیْهَا دَارُ الْخُلْدِ ؕ— جَزَآءً بِمَا كَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟

জাহান্নামৰ এই প্ৰতিফল আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁৰ সৈতে কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতো সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। info
التفاسير:
Benefits of the Verses on this page:
• سوء الظن بالله صفة من صفات الكفار.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে কাফিৰসকলৰ এটা বৈশিষ্ট্য। info

• الكفر والمعاصي سبب تسليط الشياطين على الإنسان.
কুফৰী আৰু পাপকৰ্মৰ কাৰণে মানুহৰ ওপৰত চয়তানে প্ৰভাৱ বিস্তাৰ কৰে। info

• تمنّي الأتباع أن ينال متبوعوهم أشدّ العذاب يوم القيامة.
কিয়ামতৰ দিনা অনুসাৰীসকলে আশা কৰিব যে, সিহঁতে যিসকলক অনুসৰণ কৰিছিল সেইসকলক কঠোৰতম শাস্তি বিহা হওক। info