Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
45 : 44

كَالْمُهْلِ ۛۚ— یَغْلِیْ فِی الْبُطُوْنِ ۟ۙ

এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁতৰ পেটত প্ৰচণ্ড গৰমত উতলিব। info
التفاسير: |
Benefits of the Verses on this page:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব। info

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা। info

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে। info