Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
34 : 45

وَقِیْلَ الْیَوْمَ نَنْسٰىكُمْ كَمَا نَسِیْتُمْ لِقَآءَ یَوْمِكُمْ هٰذَا وَمَاْوٰىكُمُ النَّارُ وَمَا لَكُمْ مِّنْ نّٰصِرِیْنَ ۟

আল্লাহে সিহঁতক ক’বঃ আজি আমি তোমালোকক জাহান্নামৰ মাজত এৰি দিম, যিদৰে তোমালোকে আমাৰ এই সাক্ষাতক পাহৰি আছিলা। তথা ঈমান আৰু সৎকৰ্মৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা নাছিলা। তোমালোকৰ প্ৰকৃত ঠিকনা হৈছে জাহান্নাম, তাতেই তোমালোকে অৱস্থান কৰিবা। আল্লাহৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ তাত তোমালোকৰ কোনো সহায়ক নাথাকিব। info
التفاسير:
Benefits of the Verses on this page:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম। info

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ। info

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল। info

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য। info