Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
17 : 70

تَدْعُوْا مَنْ اَدْبَرَ وَتَوَلّٰی ۟ۙ

জাহান্নামে তাক মাতিব যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই আঁতৰি গৈছিল। সত্যক মানি লোৱা নাছিল আৰু তাৰ প্ৰতি আমলো কৰা নাছিল। info
التفاسير:
Benefits of the Verses on this page:
• شدة عذاب النار حيث يود أهل النار أن ينجوا منها بكل وسيلة مما كانوا يعرفونه من وسائل الدنيا.
জাহান্নামৰ শাস্তি ইমান কঠোৰ হ’ব যে, জাহান্নামী বিলাকে তাৰ পৰা ওলাবলৈ সকলো ধৰণৰ প্ৰয়াস কৰিব। যিবোৰৰ মাধ্যমৰ বিষয়ে সিহঁতে পৃথিৱীত পৰিচিত আছিল। info

• الصلاة من أعظم ما تكفَّر به السيئات في الدنيا، ويتوقى بها من نار الآخرة.
ছালাত হৈছে পৃথিৱীত মানুহক পাপ মোচন কৰা আৰু পৰকালত জাহান্নামৰ পৰা বচোৱাৰ এক মহত্বপূৰ্ণ আমল বা কৰ্ম। info

• الخوف من عذاب الله دافع للعمل الصالح.
আল্লাহৰ শাস্তিৰ ভয়ে মানুহক সত্কৰ্মৰ প্ৰেৰণা দিয়ে। info