Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
32 : 70

وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟

আৰু যিসকলে ধন- সম্পদ, গোপন কথা, প্ৰতিশ্ৰুতি আদি আমানত ৰক্ষা কৰে। লগতে মানুহৰ লগত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমানতৰ খিয়ানত বা বিৰুদ্ধাচৰণ নকৰে আৰু প্ৰতিশ্ৰুতিও ভংগ নকৰে। info
التفاسير:
Benefits of the verses in this page:
• شدة عذاب النار حيث يود أهل النار أن ينجوا منها بكل وسيلة مما كانوا يعرفونه من وسائل الدنيا.
জাহান্নামৰ শাস্তি ইমান কঠোৰ হ’ব যে, জাহান্নামী বিলাকে তাৰ পৰা ওলাবলৈ সকলো ধৰণৰ প্ৰয়াস কৰিব। যিবোৰৰ মাধ্যমৰ বিষয়ে সিহঁতে পৃথিৱীত পৰিচিত আছিল। info

• الصلاة من أعظم ما تكفَّر به السيئات في الدنيا، ويتوقى بها من نار الآخرة.
ছালাত হৈছে পৃথিৱীত মানুহক পাপ মোচন কৰা আৰু পৰকালত জাহান্নামৰ পৰা বচোৱাৰ এক মহত্বপূৰ্ণ আমল বা কৰ্ম। info

• الخوف من عذاب الله دافع للعمل الصالح.
আল্লাহৰ শাস্তিৰ ভয়ে মানুহক সত্কৰ্মৰ প্ৰেৰণা দিয়ে। info