Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
27 : 77

وَّجَعَلْنَا فِیْهَا رَوَاسِیَ شٰمِخٰتٍ وَّاَسْقَیْنٰكُمْ مَّآءً فُرَاتًا ۟ؕ

আৰু তাৰ ওপৰত স্থাপন কৰিছো মজবুত আৰু ওখ ওখ পৰ্বতমালা, যিবোৰে ইয়াক লৰচৰৰ পৰা ৰক্ষা কৰে আৰু হে মানৱ, তোমালোকক মিঠা পানী পান কৰাইছো। গতিকে যিয়ে এইবোৰ সৃষ্টি কৰিছে তেওঁ তোমালোকক পুনৰ্জীৱিত কৰিবলৈ অক্ষম নহয়। info
التفاسير:
Benefits of the Verses on this page:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণ লক্ষ্য ৰাখে। info

• اتساع الأرض لمن عليها من الأحياء، ولمن فيها من الأموات.
পৃথিৱীয়ে সকলো জীৱিত আৰু মৃতক আৱৰি ৰাখিছে। info

• خطورة التكذيب بآيات الله والوعيد الشديد لمن فعل ذلك.
আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰাৰ ক্ষতি আৰু তেনেকুৱা লোকৰ বাবে আল্লাহৰ কঠোৰ সতৰ্কবাণী। info