Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
28 : 83

عَیْنًا یَّشْرَبُ بِهَا الْمُقَرَّبُوْنَ ۟ؕ

এইটো জান্নাতত থকা আটাইতকৈ উচ্চ স্থানৰ এটা নিজৰা। যাৰ বিশুদ্ধ পানী আল্লাহৰ নিকটৱৰ্তী বান্দাসকলে সেৱন কৰিব। যিহেতু অন্য সকলো ঈমানদাৰে তাৰ মিশ্ৰিত পানী সেৱন কৰিব। info
التفاسير: |
Benefits of the Verses on this page:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info