Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
16 : 86

وَّاَكِیْدُ كَیْدًا ۟ۚۖ

ময়ো ইছলাম প্ৰকাশ কৰিবলৈ আৰু মিথ্যাক বিতাড়িত কৰিবলৈ কৌশল কৰিছো। info
التفاسير:
Benefits of the verses in this page:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে। info