Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (113) Simoore: Simoore Huud
وَلَا تَرْكَنُوْۤا اِلَی الَّذِیْنَ ظَلَمُوْا فَتَمَسَّكُمُ النَّارُ ۙ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ثُمَّ لَا تُنْصَرُوْنَ ۟
অন্যায়কাৰী কাফিৰসকলৰ লগত মন জয় কৰা কথা কৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত নহ'বা, অন্যথা এই নত স্বীকাৰ কৰাৰ কাৰণে তোমালোকক জুয়ে স্পৰ্শ কৰিব। আনহাতে আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই যে তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। লগতে তোমালোকে কোনো সহায়কাৰীও বিচাৰি নাপাবা।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• وجوب الاستقامة على دين الله تعالى.
আল্লাহৰ দ্বীনত অবিচল থকা অনিবাৰ্য।

• التحذير من الركون إلى الكفار الظالمين بمداهنة أو مودة.
অন্যায়কাৰী কাফিৰসকলৰ ওচৰত ভালপোৱাৰ পাত্ৰ হ'বলৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত স্বীকাৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।

• بيان سُنَّة الله تعالى في أن الحسنة تمحو السيئة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ নেকীৰ জৰিয়তে গুনাহ মোচন কৰে।

• الحث على إيجاد جماعة من أولي الفضل يأمرون بالمعروف، وينهون عن الفساد والشر، وأنهم عصمة من عذاب الله.
শিষ্টাচাৰী লোকৰ এটা দল নিৰ্মাণ কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে, যিসকলে সৎকৰ্মৰ আদেশ দিব আৰু অসৎকৰ্ম তথা পৰিবেশ বিনষ্ট কৰাৰ পৰা মানুহক বিৰত ৰাখিব। যাতে তেওঁলোক আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষিত থাকে।

 
Firo maanaaji Aaya: (113) Simoore: Simoore Huud
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude