Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (76) Simoore: Simoore nagge
وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ— وَاِذَا خَلَا بَعْضُهُمْ اِلٰی بَعْضٍ قَالُوْۤا اَتُحَدِّثُوْنَهُمْ بِمَا فَتَحَ اللّٰهُ عَلَیْكُمْ لِیُحَآجُّوْكُمْ بِهٖ عِنْدَ رَبِّكُمْ ؕ— اَفَلَا تَعْقِلُوْنَ ۟
ইয়াহুদীসকলৰ বৈচাৰিক বিৰোধিতা তথা কপটতা ও চক্ৰান্তৰ এটা উদাহৰণ এই আছিল যে, যেতিয়া সিহঁতে মুছলিমসকলৰ লগত মিলিত হৈছিল তেতিয়া তেওঁলোকৰ সন্মুখত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা লগতে তেওঁৰ ৰিছালতৰ সত্যতাও প্ৰদান কৰিছিল আৰু স্বয়ং তাওৰাতেও ইয়াৰ সত্যায়ন কৰে। কিন্তু ইয়াহুদীবিলাকে অকলশৰীয়াকৈ যেতিয়া ইজনে সিজনৰ লগত সাক্ষাত কৰিছিল তেতিয়া এই সত্য স্বীকাৰ কৰা কাৰণে ইজনে সিজনক ভৰ্তসনা কৰিছিল। কাৰণ মুছলিমসকলে সিহঁতৰ এই সত্যায়নক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্য নবী হোৱাৰ ক্ষেত্ৰত সিহঁতৰ বিৰুদ্ধেই দলীল হিচাপে দাঙি ধৰিছিল।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• أن بعض قلوب العباد أشد قسوة من الحجارة الصلبة؛ فلا تلين لموعظة، ولا تَرِقُّ لذكرى.
কিছুমান বান্দাৰ অন্তৰ শিলতকৈও অধিক কঠোৰ হয়। যিটো নছীহতৰ দ্বাৰাও কোমল নহয় আৰু সদুপদেশৰ দ্বাৰাও প্ৰভাৱিত নহয়।

• أن الدلائل والبينات - وإن عظمت - لا تنفع إن لم يكن القلب مستسلمًا خاشعًا لله.
দলীল-প্ৰমাণ আৰু নিদৰ্শন যিমানেই ডাঙৰ নহওঁক কিয়, হৃদয়ত যদি আল্লাহৰ ওচৰত আত্মসমৰ্পণৰ ইচ্ছা আৰু ভয় নাথাকে তেন্তে কোনো উপকাৰ নহব।

• كشفت الآيات حقيقة ما انطوت عليه أنفس اليهود، حيث توارثوا الرعونة والخداع والتلاعب بالدين.
এই আয়াতসমূহে ইয়াহুদীসকলৰ আভ্যন্তৰীণ বিষয়সমূহ প্ৰকাশ কৰিছে। চক্ৰান্ত, প্ৰতাৰনা আৰু দ্বীনৰ সৈতে ধেমালি এইবোৰ সিহঁতে উত্তৰাধিকাৰী হিচাপে পাইছে।

 
Firo maanaaji Aaya: (76) Simoore: Simoore nagge
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude