Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (16) Simoore: Simoore annoore
وَلَوْلَاۤ اِذْ سَمِعْتُمُوْهُ قُلْتُمْ مَّا یَكُوْنُ لَنَاۤ اَنْ نَّتَكَلَّمَ بِهٰذَا ۖۗ— سُبْحٰنَكَ هٰذَا بُهْتَانٌ عَظِیْمٌ ۟
যেতিয়া তোমালোকে এই অপবাদটোৰ বিষয়ে শুনিছিলা, তেতিয়া তোমালোকে এই কথাষাৰ কিয় নক’লা যে, এনেকুৱা নিকৃষ্ট কথা আমাৰ মুখেৰে উচ্চাৰণ কৰাটো কেতিয়াও ঠিক নহয়। হে আমাৰ প্ৰতিপালক! আমি তোমাৰ পৱিত্ৰতা ঘোষণা কৰোঁ। মুমিনসকলৰ মাতৃৰ প্ৰতি আৰোপ কৰা বিষয়টো এটা মহা মিছা অপবাদ।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• تركيز المنافقين على هدم مراكز الثقة في المجتمع المسلم بإشاعة الاتهامات الباطلة.
মুনাফিকসকলে মিছা অপবাদ প্ৰচাৰ কৰি মুছলিম সমাজৰ বিশ্বস্থ কেন্দ্ৰক বিনষ্ট কৰাৰ সদায় প্ৰয়াস কৰে।

• المنافقون قد يستدرجون بعض المؤمنين لمشاركتهم في أعمالهم.
মুনাফিকসকলে কেতিয়াবা মুমিনসকলৰ কিছুমানক নিজৰ নিকৃষ্ট কৰ্ম-কাণ্ডত ফচাবলৈ সফল হয়।

• تكريم أم المؤمنين عائشة رضي الله عنها بتبرئتها من فوق سبع سماوات.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক সপ্তম আকাশৰ ওপৰৰ পৰা তেওঁৰ দোষমুক্তৰ ঘোষণাই তেওঁক সন্মানিত কৰিছে।

• ضرورة التثبت تجاه الشائعات.
সমাজত যধে-মধে প্ৰচাৰিত সংবাদৰ সত্যতা নিৰূপণ কৰাটো অতি আৱশ্যক।

 
Firo maanaaji Aaya: (16) Simoore: Simoore annoore
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude