Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (42) Simoore: Simoore annoore
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَاِلَی اللّٰهِ الْمَصِیْرُ ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত। আৰু কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• موازنة المؤمن بين المشاغل الدنيوية والأعمال الأخروية أمر لازم.
মুমিনসকলৰ বাবে পাৰ্থিৱ কৰ্ম আৰু আখিৰাতৰ কৰ্মক তুলনামূলকভাৱে লক্ষ্য কৰা অতি আৱশ্যক।

• بطلان عمل الكافر لفقد شرط الإيمان.
কাফিৰসকলৰ সৎকৰ্ম বিফল হ'ব। কিয়নো সিহঁতৰ ওচৰত ঈমান নাই, ঈমান হৈছে সৎকৰ্ম গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত।

• أن الكافر نشاز من مخلوقات الله المسبِّحة المطيعة.
আল্লাহৰ সকলো আনুগত্যশীল আৰু গুণগান কৰা সৃষ্টিৰ বিপৰীতে কাফিৰসকল হৈছে অৱজ্ঞাকাৰী।

• جميع مراحل المطر من خلق الله وتقديره.
বৰষুণৰ সকলো পৰ্যায় হৈছে আল্লাহৰ সৃষ্টি, আৰু তেওঁৰ পূৰ্বসিদ্ধান্ত।

 
Firo maanaaji Aaya: (42) Simoore: Simoore annoore
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude