Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (4) Simoore: Simooee njomolaaji
اَمْ حَسِبَ الَّذِیْنَ یَعْمَلُوْنَ السَّیِّاٰتِ اَنْ یَّسْبِقُوْنَا ؕ— سَآءَ مَا یَحْكُمُوْنَ ۟
যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মত লিপ্ত হৈ আছে সিহঁতে ভাৱিছে নেকি যে, সিহঁতে আমাক বিৱশ কৰিব পাৰিব? তথা আমাৰ শাস্তিৰ পৰা ৰেহাই পাব? কিমান নিকৃষ্ট ধাৰণা এইটো, যিটো সিহঁতে পোষণ কৰিছে। কাৰণ সিহঁতে কেতিয়াও আল্লাহক বিৱশ কৰিব নোৱাৰে। আনহাতে কুফৰী অৱস্থাত মৃত্যুবৰণ কৰিলে, তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱাও অসম্ভৱ।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা।

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী।

 
Firo maanaaji Aaya: (4) Simoore: Simooee njomolaaji
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude