Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (105) Simoore: Simoore koreeji imraan
وَلَا تَكُوْنُوْا كَالَّذِیْنَ تَفَرَّقُوْا وَاخْتَلَفُوْا مِنْ بَعْدِ مَا جَآءَهُمُ الْبَیِّنٰتُ ؕ— وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ عَظِیْمٌ ۟ۙ
হে মুমিনসকল! তোমালোকে সেই কিতাপধাৰীসকলৰ দৰে হৈ নাযাবা, যিসকলে বিভিন্ন দলত বিভক্ত হৈছিল। সিহঁতে আল্লাহৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণাদি অহাৰ পিছতো মতভেদ সৃষ্টি কৰিছে। এইসকল লোকৰ বাবেই আল্লাহৰ তৰফৰ পৰা আছে কষ্টদায়ক শাস্তি।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• متابعة أهل الكتاب في أهوائهم تقود إلى الضلال والبعد عن دين الله تعالى.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণে মানুহক পথভ্ৰষ্ট আৰু আল্লাহৰ দ্বীনৰ পৰা আঁতৰ কৰি দিয়ে।

• الاعتصام بالكتاب والسُّنَّة والاستمساك بهديهما أعظم وسيلة للثبات على الحق، والعصمة من الضلال والافتراق.
কিতাপ ও ছুন্নতক মজবুত ভাৱে খামুচি ধৰা তথা ইয়াৰ নিয়ম-কানূনসমূহক দৃঢ়ভাৱে ধাৰণ কৰাটো হৈছে সত্যৰ ওপৰত দৃঢ়তা আৰু ভ্ৰষ্টতা আৰু বিভেদৰ পৰা সুৰক্ষিত থকাৰ আটাইতকৈ ডাঙৰ উপায়।

• الافتراق والاختلاف الواقع في هذه الأمة في قضايا الاعتقاد فيه مشابهة لمن سبق من أهل الكتاب.
এই উম্মতৰ ভিতৰত থকা আক্বীদা সম্পৰ্কীয় মতভেদ, আহলে কিতাবসকলৰ মতভেদৰ দৰেই।

• وجوب الأمر بالمعروف والنهي عن المنكر؛ لأن به فلاح الأمة وسبب تميزها.
সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা অনিবাৰ্য, কাৰণ ইয়াৰ মাজতেই আছে উম্মতৰ সফলতা আৰু শ্ৰেষ্ঠতা।

 
Firo maanaaji Aaya: (105) Simoore: Simoore koreeji imraan
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude