Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (3) Simoore: Simoore pelle
وَّتَوَكَّلْ عَلَی اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
আপোনাৰ সকলো কৰ্মতেই আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। আল্লাহৰ বান্দাসকলৰ মাজৰ যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবলৈ আল্লাহেই যথেষ্ট।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• لا أحد أكبر من أن يُؤْمر بالمعروف ويُنْهى عن المنكر.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা দায়িত্বত নিয়োজিত ব্যক্তিতকৈ দায়িত্বশীল ব্যক্তি আন কোনো নাই।

• رفع المؤاخذة بالخطأ عن هذه الأمة.
অজানিতে হোৱা ত্ৰুটিক এই উম্মতৰ লোকসকলৰ পৰা ক্ষমা কৰি দিয়া হৈছে।

• وجوب تقديم مراد النبي صلى الله عليه وسلم على مراد الأنفس.
মানুহৰ চাহিদাৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহিদাক অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য।

• بيان علو مكانة أزواج النبي صلى الله عليه وسلم، وحرمة نكاحهنَّ من بعده؛ لأنهن أمهات للمؤمنين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ উচ্চ মৰ্যাদাৰ বৰ্ণনা, লগতে এই কথাৰ স্পষ্টীকৰণ যে, তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকক বিবাহ কৰা হাৰাম। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ।

 
Firo maanaaji Aaya: (3) Simoore: Simoore pelle
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude