Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (53) Simoore: Simoore Saba
وَقَدْ كَفَرُوْا بِهٖ مِنْ قَبْلُ ۚ— وَیَقْذِفُوْنَ بِالْغَیْبِ مِنْ مَّكَانٍ بَعِیْدٍ ۟
কি ভিত্তিত সিহঁতৰ ঈমান এতিয়া গ্ৰহণযোগ্য হ’ব তথা ফলপ্ৰসূ হ’ব; অথচ পাৰ্থিৱ জীৱনত সিহঁতে কুফৰী কৰিছে? লগতে সত্যৰ পৰা আঁতৰি অনুমানত তীৰ নিক্ষেপ কৰিছে। আনহাতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে যাদুকৰ, জ্যোতিষি আৰু কবি বুলি আখ্যায়িত কৰিছিল।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• مشهد فزع الكفار يوم القيامة مشهد عظيم.
কিয়ামতৰ দিনা কাফিৰসকলৰ ভীত-সন্ত্ৰস্ততাৰ দৃশ্যটো এটা মহা ভয়ানক দৃশ্য হ'ব।

• محل نفع الإيمان في الدنيا؛ لأنها هي دار العمل.
একমাত্ৰ পৃথিৱীৰ ঈমানেই হৈছে ফলপ্ৰসূ, কাৰণ এইটোৱে হৈছে আমলৰ ঠাই।

• عظم خلق الملائكة يدل على عظمة خالقهم سبحانه.
সৃষ্টিৰ ক্ষেত্ৰত ফিৰিস্তাসকল অতি ডাঙৰ আকৃতিৰ। এইটোৱে প্ৰমাণ কৰে যে, তেওঁলোকৰ সৃষ্টিকৰ্তা আৰু অধিক মহান।

 
Firo maanaaji Aaya: (53) Simoore: Simoore Saba
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude