Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (153) Simoore: Simoore saafaati
اَصْطَفَی الْبَنَاتِ عَلَی الْبَنِیْنَ ۟ؕ
তোমালোকে পছন্দ কৰা পুত্ৰৰ ঠাইত, তোমালোকে অপছন্দ কৰা কন্যা সন্তানক আল্লাহে নিজৰ বাবে পছন্দ কৰিব নেকি? এইটো কেতিয়াও হ’ব নোৱাৰে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• سُنَّة الله التي لا تتبدل ولا تتغير: إنجاء المؤمنين وإهلاك الكافرين.
আল্লাহৰ নিৰ্ধাৰিত নিয়মত কেতিয়াও পৰিবৰ্তন নহয়। তেওঁৰ নিৰ্ধাৰিত নিয়ম হৈছে, তেওঁ মুমিনসকলক ৰক্ষা কৰে আৰু কাফিৰসকলক ধ্বংস কৰে।

• ضرورة العظة والاعتبار بمصير الذين كذبوا الرسل حتى لا يحل بهم ما حل بغيرهم.
সেইসকল সম্প্ৰদায়ৰ পৰিণামৰ পৰা উপদেশ গ্ৰহণ কৰা আৱশ্যক, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল। যাতে সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়।

• جواز القُرْعة شرعًا لقوله تعالى: ﴿ فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ ﴾.
নাম নিৰ্বাচন কৰিবলৈ লটাৰী কৰা বৈধ। যেনে আল্লাহ তাআলাই কৈছেঃ (فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ.)

 
Firo maanaaji Aaya: (153) Simoore: Simoore saafaati
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude